অন্ধ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া শ্ব’ জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে'ৰ

ETVBHARAT 2025-10-31

Views 18

৪০ গৰাকী অন্ধ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ উপভোগ কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' ৷ ছবিগৃহত জুবিন গাৰ্গৰ বাবে এখন খালী আসন ৷

Share This Video


Download

  
Report form
RELATED VIDEOS