'ৰৈ ৰৈ বিনালে' চাই অনুৰাগীৰ বিননি; চকুলোৰে মালা গাঁথি প্ৰিয় শিল্পীক স্মৰণ

ETVBHARAT 2025-10-31

Views 13

সেমেকা চকুৰে অনুৰাগীয়ে চাইছে জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে' । নগাঁৱত ছবিখন চাই আবেগিক দৰ্শক । অপেৰা ছবিগৃহত জুবিনৰ বাবে সংৰক্ষিত আসন ।

Share This Video


Download

  
Report form
RELATED VIDEOS