মুখ্যমন্ত্ৰীয়ে দিয়া চাউল, দাইল, মিঠাতেল, চেনি নালাগে চাহ শ্ৰমিক ৰাইজক; জিলা আয়ুক্তক দিলে স্মাৰকপত্ৰ

ETVBHARAT 2025-11-13

Views 2

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ । বদলি কাম দিয়া, স্থায়ী শ্ৰমিক বাহাল ৰখাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

Share This Video


Download

  
Report form
RELATED VIDEOS