ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অভিনৱ ধৰণে সন্মান জনাবলৈ সাজু অসম চৰকাৰ

ETVBHARAT 2025-11-14

Views 0

জুবিন গাৰ্গৰ জন্মদিনত ৰক্তদানৰ জৰিয়তে জুবিন গাৰ্গক সন্মান জনাব চৰকাৰে । শিল্পীগৰাকীৰ ৫৩ সংখ্যক ওপজা দিনত ৰাজ্যৰ ৫৩টা স্থানত অনুষ্ঠিত কৰা হ’ব ৰক্তদান শিবিৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS