অসম চুক্তিৰ ৬ নং দফা: মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিল আছু

ETVBHARAT 2025-11-22

Views 1

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আছু নেতৃত্বৰ বৈঠক । অতুল বৰাই অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে মুখ্যমন্ত্ৰীক ।

Share This Video


Download

  
Report form
RELATED VIDEOS