বিজেপিয়ে ৮৩ৰ ঘটনাক লৈ আকৌ সমাজত এটা উত্তেজনা সৃষ্টি কৰিব খুজিছে, ক’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ETVBHARAT 2025-11-26

Views 5

বিজেপি চৰকাৰক উভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তিৱাৰী আয়োগৰ প্ৰতিবেদন, জুবিন গাৰ্গৰ হত্যা আদি প্ৰসংগত নগাঁৱত মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS