লুটুমাৰীত উচ্ছেদ, উচ্ছেদিতৰ হাহাকাৰ, ভঙা মছজিদৰ সন্মুখতে দুপৰীয়াৰ নামাজ আদায়

ETVBHARAT 2025-11-29

Views 4

প্ৰথমদিনাৰ উচ্ছেদ অভিযানতে প্ৰায় ৮০ শতাংশ ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে । ভাঙি পেলোৱা মছজিদৰ সন্মুখতে আদায় কৰিলে নামাজ ।

Share This Video


Download

  
Report form
RELATED VIDEOS