প্ৰধানমন্ত্ৰী আহি আছে কাৰণে হেলিপেড-পথ নিৰ্মাণ কৰি নষ্ট কৰা হৈছে খেতিপথাৰ; ৰাইজ ইয়াকে লৈ অগ্নিশৰ্মা

ETVBHARAT 2025-12-18

Views 5

নামৰূপত প্ৰধানমন্ত্ৰীৰ সভাস্থলীক লৈ স্থানীয় ৰাইজৰ ক্ষোভ ৷ প্ৰধানমন্ত্ৰীৰ সভাস্থলী নিৰ্মাণৰ নামত প্ৰশাসনে খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ ৷ তদুপৰি প্ৰতিশ্ৰুতিমৰ্মে ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ ৷

Share This Video


Download

  
Report form
RELATED VIDEOS