মৃত্যু হ’ল কামপুৰৰ ৰে’ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হাতী পোৱালিটোৰ

ETVBHARAT 2025-12-21

Views 1

অৱশেষত প্ৰাণ ত্যাগ কৰিলে কামপুৰৰ ৰে'ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা হাতী পোৱালিটোৱে । কাজিৰঙাত চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাই হাতী পোৱালিটোৱে ।

Share This Video


Download

  
Report form
RELATED VIDEOS