আজি হ'ল উৰুকা, কাইলৈ বিহুৰ ভুৰুকা অ' আইতা... পুৱতিনিশাৰ পৰাই উজান বজাৰৰ মাছৰ বজাৰত ভিৰ

ETVBHARAT 2026-01-13

Views 5

এইবাৰ উজান বজাৰলৈ আহিছে ১০০ টন মাছ । আৰিৰ কিলো ১৯০০ টকা, চিতল ৯০০ ৷ কি খাব ?

Share This Video


Download

  
Report form
RELATED VIDEOS