সৰস্বতী পূজাৰ দিনাই শোকাৱহ ঘটনা: যুৱতীৰ প্ৰাণ ল'লে মৃত্যুঞ্জয়ে

ETVBHARAT 2026-01-24

Views 0

সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ২২ বছৰীয়া যুৱতীয়ে ।

Share This Video


Download

  
Report form
RELATED VIDEOS