শংকৰ সংঘৰ ৯৫ সংখ্যক অধিৱেশন : লাখ লাখ ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ

ETVBHARAT 2026-02-03

Views 11

হৰিনামৰ ধ্বনিৰে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ । প্ৰস্তুতি তুংগত, ৭ ফেব্ৰুৱাৰীত অধিৱেশনত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে ।

Share This Video


Download

  
Report form
RELATED VIDEOS