???নমস্কাৰ???
বন্ধু-বান্ধৱী তথা অসমবাসী ৰাইজ ।
"All Sports Info" চেনেললৈ আপুনালোকক স্বাগতম জনাইছো। এই চেনেলটোত আপোনালোকে অসমীয়া ভাষাত ক্ৰিকেট(Cricket), ফুটবল(Football), কাবাডী(Kabaddi), হকি(Hockey) আদি খেলৰ নতুন নতুন খবৰ জানিব পাব।
কেৱল অসম আৰু অসমীয়াৰ স্বাৰ্থত চেনেলটোক Subscribe কৰিব বুলি আশা ৰাখিলোঁ।
??ধন্যবাদ??
~~~জয় আই অসম~~~
~~~Jai Hind~~~