অটো চালকৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী সোণোৱালক

News18 Assam 2019-08-17

Views 1.4K

ডিব্ৰুগড়ৰ চৌকিডিঙিত মুকলি কৰা হ’ল ৰাজ্যৰ প্ৰথমটো Compressed Natural Gas চমুকৈ CNG Station। অসম গেছ কোম্পানীয়ে নিৰ্মাণ কৰা ৰাজ্যৰ এই প্ৰথমটো CNG ষ্টেচন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু তাৰ পিছতে অটো চালকৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰীগৰাকীক। যাত্ৰীৰ ৰূপত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱাৰ লগতে দেখা গ’ল বলিন চেতিয়াকো।

Share This Video


Download

  
Report form