যোৰহাট অ' এন জি চিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এজন বিষয়া

ETVBHARAT 2025-01-07

Views 2

যোৰহাট বৰহোলাৰ অ' এন জি চিৰ জি জি এছত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এজনৰ কৰুণ মৃত্যু । অগ্নি নিৰ্বাপণৰ প্ৰচেষ্টা অব্যাহত ।

Share This Video


Download

  
Report form
RELATED VIDEOS