জুই, জুই; প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই নামৰূপ সাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

ETVBHARAT 2025-12-08

Views 3

প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাকক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড। সাৰ কাৰখানৰ এম'নিয়া প্লাণ্টত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাত সৃষ্টি হয় আতংকময় পৰিৱেশ।

Share This Video


Download

  
Report form
RELATED VIDEOS