বুধবাৰে ৰণৰ দ্বিতীয় পৰ্যায়: স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে বিশেষ ব্যৱস্থা

ETVBHARAT 2025-05-06

Views 14

বুধবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নিৰ্বাচনী সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ প'লিং-প্ৰিজাইডিং বিষয়া ৷

Share This Video


Download

  
Report form
RELATED VIDEOS