জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি বাটৰুৱা কুকুৰ; পেটত ভৰাই দিলে ৰড

ETVBHARAT 2025-07-04

Views 3

যোৰহাটত জীৱশ্ৰেষ্ঠৰ বৰ্বৰতা । বাটৰুৱা কুকুৰৰ পেটত ৰড ভৰাই আসুৰিক তৃপ্তি । যন্ত্ৰণাকাতৰ আৰ্তনাদ অমাত কুকুৰটোৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS