বঙাইগাঁৱত কিয় চৰম সিদ্ধান্ত ল'লে মহিলা অভিযন্তাই ? কেঁচু খান্দোতে সাপ ওলাব নেকি লোকনিৰ্মাণ বিভাগত

ETVBHARAT 2025-07-23

Views 39

বঙাইগাঁৱত সংঘটিত এক চৰম সিদ্ধান্তৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ । লোকনিৰ্মাণ বিভাগৰ এগৰাকী মহিলা অভিযন্তাৰ আত্মহননৰ টোকাই উদঙাইছে বহুকেইটা দিশ ।

Share This Video


Download

  
Report form
RELATED VIDEOS