কেবিনেটে ল'লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETVBHARAT 2025-10-06

Views 1

তামিলনাডুত দুৰ্ঘটনাত মৃত্যু হোৱা অসমৰ শ্ৰমিকলৈ অৰ্থ সাহাৰ্য, চিকিৎসা মহাবিদ্যালয়ৰ নিয়ম সংশোধন, ইউনিফাইড পেন্সন স্কীম প্ৰৱৰ্তনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ অসম কেবিনেটৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS