মুখ্যমন্ত্ৰী, জয়ন্ত মল্লৰ পিতৃৰ একাউণ্টৰ পৰা পইচা দিয়া নাই: নলবাৰীত লুৰীণজ্যোতি গগৈৰ মন্তব্য

ETVBHARAT 2025-08-26

Views 3

নলবাৰীত মহিলা উদ্যমিতা অভিযানৰ চেক লৈ আহি ঘৰতে মৃত্যু হোৱা সৰলা দেৱীৰ গৃহত উপস্থিত লুৰীণজ্যোতি গগৈ ।

Share This Video


Download

  
Report form
RELATED VIDEOS