চিনাকীক মাটি দিম আৰু অচিনাকীৰ মাটি কাঢ়ি ল'ম: এন ডি এৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্রীৰ হুংকাৰ

ETVBHARAT 2025-08-29

Views 1

পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে চিকিৎসা সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব । ৰাজ্য চৰকাৰে তেওঁলোকৰ চিকিৎসা ব্যয় বহন কৰিব ।

Share This Video


Download

  
Report form
RELATED VIDEOS