লুইতৰ বুকুত সন্ধানহীন ৫ কৃষ্ণভক্ত: বুধবাৰে আভিযান চলাই ব্যৰ্থ হ'ল এন ডি আৰ এফ

ETVBHARAT 2025-12-10

Views 8

নজন কৃষ্ণভক্ত বুধবাৰে খাৰঘুলিৰ জয়পুৰ ঘাটৰ সমীপৰ ভক্তি কুটীৰলৈ আহিছিল । তাৰ পৰাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ৫ জন সন্ধানহীন হয় ।

Share This Video


Download

  
Report form
RELATED VIDEOS