যোৰহাটত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ টুৰ্ণামেণ্ট: অংশগ্ৰহণ দেশী-বিদেশী খেলুৱৈৰ

ETVBHARAT 2025-09-01

Views 2

৫ ছেপ্টেম্বৰত সামৰণি পৰিবলগীয়া এই টুৰ্ণামেণ্টত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বিদেশৰ খেলুৱৈয়েও অংশগ্ৰহণ কৰিছে ।

Share This Video


Download

  
Report form
RELATED VIDEOS