জ্যেষ্ঠ ভাতৃ দেশী, ভগ্নী বিদেশী ! বিদেশী চিনাক্ত কৰি বহিষ্কাৰৰ নিৰ্দেশত বিপাঙত বিশ্বনাথৰ এটা পৰিয়াল

ETVBHARAT 2025-12-22

Views 24

বিশ্বনাথৰ দুগৰাকী মহিলাক বাংলাদেশী চিনাক্ত কৰি ভাৰতৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ জিলা আয়ুক্তৰ । তাৰে এগৰাকী আচমুল খাতুনৰ জ্যেষ্ঠ ভাতৃৰ প্ৰতিক্ৰিয়া ।

Share This Video


Download

  
Report form
RELATED VIDEOS