ভূপেন দাৰ জীৱনৰ কিছু অপ্ৰকাশিত তথ্য সামৰি  "ভূপেনদা আনকাট”

ETVBHARAT 2025-09-03

Views 18

৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ড৹ ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতাক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ "ভূপেনদা আনকাট” । মুক্তি দিয়া হৈছে তথ্যচিত্ৰখনৰ দুটা টিজাৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS