প্ৰধানমন্ত্ৰী আহিব নামৰূপলৈ; মোদীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETVBHARAT 2025-12-10

Views 4

২১ ডিচেম্বৰত নামৰূপলৈ আহিব প্ৰধানমন্ত্ৰী মোদী । নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

Share This Video


Download

  
Report form
RELATED VIDEOS